১৫টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ জালত আজিজুল হক

১৫টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ গ্ৰেপ্তাৰ এটা পেডেলাৰ। হোজাইত চলিছিল আৰক্ষীৰ অভিযান। ধৃত গ্ৰেপ্তাৰ হোৱা পেডেলাৰটোৰ নাম আজিজুল হক। গোপালনগৰস্থিত নিজ বাসগৃহৰ পৰা হেৰইনখিনি জব্দ কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী...