মুখ্য বাতৰি

শান্তিৰ নোবেল বঁটাৰ বাবে ট্ৰাম্পক মনোনীত কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে

পাকিস্তানৰ পিছত এইবাৰ ইজৰাইলেও বিচাৰিছে যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নোবেল শান্তি বঁটা লাভ কৰক। ভাৰত-পাকিস্তানৰ সংঘৰ্ষবিৰতিৰ বাবে ট্ৰাম্পক নোবেল শান্তি বঁটা দিয়া উচিত...

কেৱল মেচেই নহয়, কোটি-কোটি দেশবাসীৰ হৃদয় জিনিছে আকাশ দীপে

এজবাষ্টনত মেচ জয়ী নিৰ্ণায়ক বলিঙৰ পিছত বলাৰ আকাশদীপৰ মুখত শুনা গৈছিল তেওঁৰ বায়েকৰ কৰ্কট ৰোগৰ কথা। তেওঁ কৈছিল, প্ৰতিটো বল কৰোঁতে তেওঁৰ বায়েকৰ মুখখন...

ককা-আইতাৰ সৈতে ধোনীৰ জন্মদিন উদযাপন এম এছ ধোনী ফেন ক্লাব অসমৰ

ভাৰতক ৩টা ICC ট্ৰফীৰ সোৱাদ দিয়া সবল অধিনায়কৰ ৭ জুলাইত আছিল ওপজা দিন। ৪৪ বছৰত ভৰি দিলে প্ৰাক্তন ক্ৰিকেটাৰ এম এছ ধোনীয়ে। ধোনীৰ অসমত...

মূৰৰ মূল্য আছিল ৮ লাখ টকা; ছত্তীশগড় বনাঞ্চলৰ সংঘৰ্ষত নিহত মাওবাদী নেতা

ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তাবাহিনীৰ গুলীত মৃত্যু হ’ল মাওবাদীৰ অন্যতম শীৰ্ষ নেতা সোধি কান্নাৰ। তেওঁৰ মূৰৰ দাম আছিল আঠ লাখ টকা। শুকুৰবাৰে বিজাপুৰৰ জংঘলত যৌথবাহিনীয়ে অভিযান...

হয় চুক্তি, নহয় উচ্চ শুল্ক! আজিৰে পৰা আমেৰিকাই বিভিন্ন দেশলৈ চিঠি প্ৰেৰণ কৰিব; ভাৰততো চলিছে জল্পনা-কল্পনা

আমেৰিকাই কেইবাখনো দেশৰ সৈতে বাণিজ্য চুক্তিৰ কথা-বতৰা চূড়ান্ত কৰি পেলাইছে। কিন্তু কিছু দেশৰ সৈতে চুক্তিৰ পথত হোৱাইট হাউছ আগবাঢ়িব পৰা নাই বা সেই দেশসমূহৰ...

Popular