মুখ্য বাতৰি

ভাৰতক বিশ্ব লেব-গ্ৰ’ন ডায়মণ্ড বজাৰ দখলৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

মুম্বাইত অনুষ্ঠিত ইণ্ডিয়া জেমছ এণ্ড জুৱেলাৰী এৱাৰ্ডছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতক কৃত্ৰিমভাৱে উৎপাদিত হীৰা (Lab-grown Diamond)ৰ বিশ্ববজাৰত নেতৃত্ব দিবলৈ আহ্বান জনাইছে। তেওঁ কয়...

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ অনবদ্য সৃষ্টিৰ প্ৰতি আকৰ্ষিত হৈ এইবাৰ মাজুলীত উপস্থিত হৈছে লণ্ডনৰ এগৰাকী নৃত্যশিল্পী। নতুন চামগুৰি সত্ৰত পদ্মশ্ৰী...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২ শতাংশত উপনীত হৈছে। জুলাই মাহত এই হাৰ আছিল ৯.৭৮ শতাংশ। সোমবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক। কিন্তু এইবাৰ সময়ৰ যাত্ৰা কৰাইছে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI-য়ে। বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত ভাইৰেল...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া তালুকদাৰক হত্যাৰ অভিযোগত আৰক্ষীৰ জিম্মাত থকা ৰামানুজ গোস্বামীৰ পুৱতি নিশা নৰকাসুৰ পাহাৰত মৃত্যু হয়। স্বাস্থ্য...

Popular