মুখ্য বাতৰি

‘গৰীয়সী’ৰ নতুন সম্পাদকৰ দায়িত্বত সাহিত্যিক ৰীতা চৌধুৰী

জনপ্ৰিয় সাহিত্য আলোচনী ‘গৰীয়সী’ৰ নতুন সম্পাদকৰ দায়িত্ব ল’ব প্ৰথিতযশা সাহিত্যিক ৰীতা চৌধুৰীয়ে। সাহিত্য জগতৰ প্ৰতিষ্ঠিত লেখিকাগৰাকী নেচনেল বুক ট্ৰাষ্টৰো সঞ্চালিকা আছিল। মাকাম, দেওলাংখুই, এই...

নাবালিকাক ধৰ্ষণ কৰি পলায়ন জলেমান শ্বেখৰ

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দ্বীপচৰত নাবালিকাক ধৰ্ষণ। গোচৰৰ পাছতে পলায়ন হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অভিযুক্ত ছাত্ৰৰ। গোচৰৰ তিনি মাহ উকলি যোৱাৰ পাছতো ৰজস্যজনক বাবে অভিযুক্ত ছাত্ৰক গ্ৰেপ্তাৰ...

পৰাজয়ৰ পিছতো পুষ্কৰ সিং ধামিয়েই হ’ব উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী

কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজিত হোৱাৰ পিছতো পুষ্কৰ সিং ধামিয়েই হ’ব উত্তৰাখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীকে দলৰ বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। পৰৱৰ্তী...

ধনশিৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে লাভলীনাৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসে

ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিলে বক্সাৰ লাভলীনাৰ বৰগোহাঁইৰ আদিগুৰু তথা ধনশিৰি মহকুমাৰ সুযোগ্য সন্তান প্ৰশান্ত কুমাৰ দাসে। ৰাষ্ট্ৰীয় মোৱাথাই এছচিয়েছনে প্ৰশান্ত কুমাৰ দাস আৰু তিনিচুকীয়াৰ...

বিশ্ব মৌখিক স্বাস্থ্য দিৱসত গণসজাগতাৰ প্ৰয়াস

বিশ্ব মৌখিক স্বাস্থ্য দিৱস উপলক্ষ্যে বিশেষ কাৰ্যসূচী। সপ্তাহজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে শিলচৰত। ইয়াৰ অংশৰূপে আজি চৰকাৰী ডেণ্টেল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ৰূপায়ণ কৰে...

Popular