মুখ্য বাতৰি

ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ পৰা কি শিক্ষা পালে চীনে ?

ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ ৪০দিনৰো অধিক হ'ল। এফালে, আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। আনহাতে, চীনক ৰাছিয়াৰ সমৰ্থনত একেৰাহে থকা দেখা গৈছে। আনহাতে, আমেৰিকা...

খুচুৰা মুদ্ৰাৰে ক্ৰয় কৰিলে স্কুটাৰ

কিছুমান সপোন আছে, যিবোৰ সম্পূৰ্ণ হ'বলৈ বহু বছৰ লাগে আৰু যথেষ্ট ধৈৰ্য্যৰ প্ৰয়োজন হয়। দৈনিক দিন হাজিৰা কৰা এজন শ্ৰমিকে বৃহৎ পৰিমাণৰ মূলধন জমা...

অসম আৰক্ষীত ব্যাপক সাল-সলনি

অসম আৰক্ষীত সাল-সলনি৪ৰ্থ APBnৰ অধিনায়ক শিলাদিত্য চেতিয়াক অতিৰিক্ত দায়িত্ববিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ অতিৰিক্ত দায়িত্ব চেতিয়াকশোণিতপুৰৰ SP ধনঞ্জয় ঘনৱাটক মুখ্য কাৰ্যালয়ৰ প্ৰশাসনিক শাখাৰ AIG হিচাপে...

বৰষুণৰ ফলত ফেনে-ফোটোকাৰে উফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ

চ’ত মহীয়া বানত ককবকাইছে লাইকা দধীয়াৰ ৰাইজে। যোৱা কেইবাদিনো ধৰি নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ বাবে চাবুৱাৰ লাইকা, দধীয়াত বানৰ সংহাৰীৰূপ। ক্ৰমে ব্ৰক্ষ্মপুত্ৰ আৰু ডিব্ৰু...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মনোবলৰ জোৰত বহু কাম সমাধা হ’ব। দুর্যোগপূর্ণ স্থান ত্যাগ কৰক। মাদক দ্রব্য বৰ্জন কৰক। কোনো লোকে সুযোগ ল’ব পাৰে। বিদ্যাত শুভ। বৃষ :...

Popular