মুখ্য বাতৰি

দেৱীপ্রসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২

অসম সাহিত্য সভাই প্রতি দুবছৰৰ মূৰে মূৰে পাঠশালা তথা বৃহত্তৰ বজালী অঞ্চলৰ সমাজ-সংস্কৃতিৰ লগত ওতপ্ৰোতঃভাৱে জড়িত বিশিষ্ট সমাজসেৱী, মানৱতাবাদী, পৰোপকাৰী ব্যক্তি প্রয়াত বাসুদেৱ জালানৰ...

বাবৰি মছজিদ ভঙা গোচৰতো অভিযুক্ত আছিল বিতৰ্কিত ব্ৰীজভূষণ

দিল্লীত অব্যাহত মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ দিল্লী আৰক্ষীলৈ উচ্চতম ন্যায়ালয়ৰ জাননী ব্ৰীজভূষণৰ বিৰুদ্ধে গোচৰ নোলোৱাৰ অভিযোগত জাননী ব্ৰীজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ভিনেশ ফগাট, সাক্ষী মালিকৰ দৰে মল্লযুঁজাৰুৰ ভাৰতীয় মল্লযুঁজ...

১০০ সংখ্যক খণ্ডৰ পূৰ্বে মন কী বাত ১০০ কোটি শ্ৰোতাই শুনিছে বুলি IIMৰ সমীক্ষাত প্ৰকাশ

মন কী বাতৰ নিয়মীয়া শ্ৰোতা ২৩ কোটি, ৯৬% লোকেই এই জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান সন্দৰ্ভত জ্ঞাতঃ IIM, ৰোহটকৰ প্ৰতিবেদন শক্তিশালী আৰু নিৰ্ণায়ক নেতৃত্ব, শ্ৰোতাৰ সৈতে আৱেগিক...

২ মে’ত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ শ্ৰীনিবাসক

অংকিতা দত্তৰ অভিযোগৰ ভিত্তিত CIDৰ নিৰ্দেশ অনুসৰি যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি শ্ৰীনিবাস বিভি সোমবাৰে গুৱাহাটীলৈ নাহিল। সোমবাৰে পুৱা ১১ বজাত CIDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ...

প্ৰকৃতিৰ মাজত শচীনে পালন কৰিলে জন্মদিন

জীৱনৰ অৰ্ধ শতক কোবালে শচীন তেণ্ডুলকাৰে শতৰানৰ শতক কৰা তেণ্ডুলকাৰৰ জন্মদিনত অনুৰাগীৰ শুভেচ্ছাৰ জোৱাৰ মাষ্টাৰ ব্লাষ্টাৰৰ ৫০তম জন্মদিন উপলক্ষে বিশেষ কাৰ্যসূচী প্ৰকৃতিৰ মাজত শচীনে পালন কৰিলে জন্মদিন মাষ্টাৰ...

Popular