মুখ্য বাতৰি

পুনৰ চৰ্চাত য়োহানী দি চিলভা

‘মানিকে মাগে হিতে’ৰ পিছত এইবাৰ জনপ্রিয় হিন্দী গীত গাই ভাইৰেল শ্রীলংকান গায়িকা ‘য়োহানী’। ইন্টাৰনেটৰ পৃথিৱীত প্রশংসাৰ বৰষুণ য়োহানী দি চিলভালৈ। ছ'চিয়েল মিডিয়াত এতিয়া ট্রেন্ডিঙৰ...

কৰ’না নহয়, হঠাৎ সাধাৰণ দৰ্শকৰ বাবে বন্ধ হৈ পৰিল ছবিগৃহ

বঙাইগাঁও জ'লি মেক্স চিত্ৰগৃহত কোকৰাঝাৰ আৰক্ষীৰ তহল। পিছে উগ্ৰপন্থী কিম্বা কোনো বিশেষ অভিযানৰ বাবে নহয়। বিগত সময়ছোৱাত শাৰদীয় দুৰ্গোৎসৱ, দীপাৱলী, নিৰ্বাচনকে আদি কৰি বিভিন্ন...

চুখই-30 আৰু নগাঁৱৰ এখন পথাৰ; এতিয়াও পাহৰিব পৰা নাই সেই অভিশপ্ত দিনটো

২০১৫ চনৰ সেই অভিশপ্ত দিনটোৰ কথাটো এতিয়াও পাহৰিব পৰা নাই নগাঁও জিলাৰ জুৰীয়াৰ পূব কলাডুবাৰ ৰাইজে। এটা প্ৰকাণ্ড শব্দই জোকাৰিছিল পূব কলাডুৱা অঞ্চল। ভাৰতীয়...

‘১ জানুৱাৰীত ১০০ কোটি টকাৰ মদৰ সলনি গাখীৰ বিক্ৰী কৰাৰ সংকল্প লওক’

'গুৱাহাটী মহানগৰীৰ মানুহে এটা ৰাতিত ১৫ কোটি টকাৰ মদ খাইছিল''নতুন বছৰ আদৰিবলৈ মানুহে ১০০ কোটি টকাৰ মদ খায়''মাতৃ গৰাকীয়ে হৈছে শ্ৰেষ্ঠ শিক্ষক; ঘৰখন পৃথিৱীৰ...

১৮ নৱেম্বৰৰ পৰা মাজুলীত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ

মাজুলীত ৰাস মহোৎসৱৰ ব্যাপক ব্যস্ততামাজুলীৰ ৫৪টা মঞ্চ, ২০খন সত্ৰত অনুষ্ঠিত হ’ব ৰাসৰাসৰ বাবে মুখা নিৰ্মাণত ব্যস্ত চামগুৰি সত্ৰৰ শিল্পী সমাগত...

Popular