ED-এ বাজেয়াপ্ত কৰিলে ৰণজিৎ গগৈৰ ৫.৫৪ কোটিৰ সম্পত্তি

প্ৰাক্তন DIPR ৰণজিৎ গগৈৰ সম্পত্তি বাজেয়াপ্ত। ED-এ বাজেয়াপ্ত কৰিলে ৰণজিৎ গগৈৰ ৫.৫৪ কোটিৰ সম্পত্তি।
PMLAৰ অধীনত এই ব্যৱস্থা গ্ৰহণ EDৰ। ৰণজিৎ গগৈৰ বিৰুদ্ধে চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ তদন্তৰ ভিত্তিত গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা।
বৰ্তমানলৈ ৰণজিৎ গগৈৰ বিৰুদ্ধে ১৬.৩৬ কোটি টকাৰ অপব্যৱহাৰৰ অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...