মুখ্য বাতৰি

এখনত ২৩ টা, আনখনত ২৬টা সৰবৰাহৰ সময়তে জালত গৰু সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। এইবাৰ লখিমপুৰ জিলাৰ লালুকত চলিল অভিযান। লালুক আৰক্ষীয়ে কৰায়ত্ত কৰিছে দুখনকৈ গৰু ভৰ্তি ট্ৰাক। এখনত ২৩ টা আৰু...

হায়দৰাবাদত IPLৰ মেচ, অসমত চলিছে দৰদাম! জালত একেলগে ৭জন জুৱাৰী

IPLৰ অচিলাৰে অসমত অব্যাহত আছে জুৱাৰ আড্ডা। এইবাৰ সোণাৰিত IPLৰ নামত বৃহৎ জুৱাৰ আড্ডা গঢ়ি তোলা ৭ জুৱাৰীক আৰক্ষীয়ে আটক কৰিছে। চফ্ৰাই আৰক্ষীৰ অভিযানত...

কলেজত চোৰৰ লুটপাত, অধ্যক্ষৰ কোঠাৰ পৰা নোহোৱা হ’ল ১০ লক্ষ টকাৰ সামগ্ৰী

ৰাজ্যত পুনৰ চুৰিকাণ্ড। এইবাৰ উচ্চ শিক্ষানুষ্ঠানত চোৰৰ টিঘিলঘিলনি। হাটশিঙিমাৰী মহাবিদ্যালয়ত চোৰৰ চাফাই অভিযান। নিশা অধ্যক্ষৰ কোঠাৰ পৰা চোৰে লুটিলে দুটা কম্পিউটাৰ, ইনভাৰ্টাৰসহ প্ৰায় ১০...

আফজাল হকৰ বাসগৃহত অগ্নিকাণ্ড, নিমিষতে ছাই হ’ল সপোনৰ ঘৰখন

বকোৰ সোণতলী জাওঁকাটাদিয়াত ভয়ংকৰ অগ্নিকাণ্ড। জাওঁকাটাদিয়া গাঁৱৰ আফজাল হকৰ বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত। জুইত দুটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত। বহু লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত অগ্নিকাণ্ডত।

নেতাজীৰ নাতিনীৰ নেতৃত্বত পুনৰ উজ্জীৱিত হ’ব ধৰিছে অখিল ভাৰত হিন্দু মহাসভাঃ বিজেপিৰ বাবে সৃষ্টি হৈছে মূৰ কোমোৰণিৰ

অচিন্ত্য শৰ্মা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাতিনীয়েক ৰাজ্যশ্ৰী চৌধুৰী এতিয়া ভাৰতীয় ৰাজনীতিত এক বিশেষভাবে চৰ্চ্চিত ব্যক্তিত্ব। কিয়নো তেওঁৰ ৰাজনৈতিক সক্ৰিয়তাই শেহতীয়াভাবে মূৰ কামোৰণিৰ সৃষ্টি কৰিছে...

Popular