মুখ্য বাতৰি

POK আহিব BOK আহিবনে?

✒️ অচিন্ত্য শৰ্মা প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ স্পষ্ট ঘোষণাসেনায়ো প্ৰকাশ কৰিছে আত্মবিশ্বাসভাৰতে শক্তি প্ৰয়োগ কৰি পুনৰুদ্ধাৰ কৰিবপাক অধিকৃত কাশ্মীৰ বাPAK OCCUPIED KASHMIR, চমুকৈ POK ১৯৪৭ চনৰ অক্টোবৰ...

জোৰোণত ক্লিপ-শ্বেম্পু কিয় দিব লাগে?

বিয়া বিতৰ্কৰ মাজতে যেন হঠাৎ ফেমাছ হৈ পৰিছে ছানছিল্ক শ্বেম্পু। বহুতেই কৈছে জোৰোণতনো ক্লিপ-শ্বেম্পু কিয় দিব লাগে? ছ’চিয়েল মিডিয়াত চলা এই ট্ৰেণ্ডৰ মাজতে যেন...

বিশ্বকাপৰ প্ৰবল দাবীদাৰ ‘মেছিৰ আৰ্জেণ্টিনা’

কাটাৰ বিশ্বকাপৰ ২য়খন ছেমি ফাইনেলত মৰক্কোক ২–০ গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিলে ডিফেডিং চেম্পিয়ন ফ্ৰান্সে। একেৰাহে ২য় বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত খেবিব...

উৎকোচৰ অভিযোগৰ তদন্তক লৈ মৃণাল শইকীয়াৰ স্পষ্টীকৰণ

তুংগত উঠিছে কৃষি মন্ত্ৰী অতুল বৰা আৰু খুমতাইৰ বিধায়ক মৃণাল শইকীয়াৰ যুঁজ। মন্ত্ৰীয়ে যদি নস্যাৎ কৰিছে বিধায়কৰ অভিযোগ, ওলোটাই ফেপেৰি পাতি ধৰিছে বিধায়ক শইকীয়াই।...

ৰুছিয়াৰ সস্তা তেল বনাম পেট্ৰ’ল-ডিজেলৰ মূল্য

✒️ অচিন্ত্য শৰ্মা আম্বানীয়ে কিনিছে ৰুছিয়াৰ তেলসস্তাৰ সুবিধা লৈছে প্ৰাইভেট কোম্পানীয়েজনতাক ঠগিছে মোদী চৰকাৰে অযথা বা বা দিছে স্তাবকৰ দলে ইউক্ৰেইন যুদ্ধৰ পৰিপেক্ষিতত ৰুছিয়াৰ ওপৰত বিভিন্ন...

Popular