গুৱাহাটীৰ উৰণ সেতুত শেষ হৈ গ’ল দুটা জীৱন

মহানগৰীৰ বি বৰুৱা ৰোডত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন বাইক আৰোহী। বি বৰুৱা কলেজৰ সমীপৰ উৰণ সেতুত সংঘটিত হয় এই দুৰ্ঘটনা। মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা। নিহত হয় ৰাকেশ দাস আৰু পৰমেশ্বৰ ডেকা নামৰ দুই আৰোহী। মৃত লোকদুজন শিলপুখুৰী নিবাসী। সংকটজনক অৱস্থাত আন দুজনক ভৰ্তি কৰোৱা হয় GMCHত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...

ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে...

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...