ক’ত হেৰাল মানকাচৰৰ তিনি শিশু? শিশুৰ নিৰুদ্দেশক লৈ চাঞ্চল্য

মানকাচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কাকৰিপাৰাৰ পৰা একেলগে নিৰুদ্দেশ হৈছে তিনিটাকৈ শিশু। নিৰুদ্দিষ্ট শিশুকেইটা মঞ্জু বাবু, আৰিফ মিয়া আৰু আৰ্জিনা বেগম। সম্বন্ধত আৰিফ মিয়া আৰু আৰ্জিনা বেগম ভাতৃ-ভগ্নী। যোৱা ১ ফেব্ৰুৱাৰীৰ পৰাই সন্ধানহীন হৈ আছে শিশুকেইটা। বিভিন্ন ঠাইত খা-খবৰ কৰাৰ পাছতো শিশুকেইটাৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। মানকাচৰ থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ। শিশুকেইটাৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানী সীমান্তৰ নেঘেৰীবিলত পুনৰ উচ্ছেদৰ প্ৰস্তুতি, ৫৯টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত পুনৰ উচ্ছেদ অভিযানক লৈ...

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৩ গৱেষক-শিক্ষাবিদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...