মুখ্য বাতৰি

নেহৰুৰ ঐতিহাসিক ভুলৰ বাবে ভাৰতে হেৰুৱাবলগীয়া হৈছিল PoK

‘পাক অধিকৃত কাশ্মীৰ (PoK) আমাৰ হয়’লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যশ্বাহৰ মন্তব্যৰ পিছতে দেশৰ ৰাজনীতি উত্তালজম্মু-কাশ্মীৰ বিধানসভাত PoKৰ বাবেও সংৰক্ষিত ২৪খন আসন কাশ্মীৰক লৈ আমি...

তেলেংগানাৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে অনুমুলা ৰেৱন্থ ৰেড্ডীয়ে

তেলেংগানাৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে অনুমুলা ৰেৱন্থ ৰেড্ডীয়েকংগ্ৰেছৰ তেলেংগানা জয়ৰ নেতৃত্ব লৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্থ ৰেড্ডীয়েতেলেংগানাৰ ৰাজনীতিত ৰেৱন্থ পৰিচিত ‘আন্না’ অৰ্থাৎ ডাঙৰ...

‘লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতে অসমে জন্ম দিয়া এগৰাকী অন্যতম উত্তৰসুৰী হোমেন বৰগোহাঞি’

হোমেন বৰগোহাঞিৰ ৯২সংখ্যক জন্ম দিৱস আৰু সাহিত্যিক পেঞ্চন প্রদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্রহণঅসমীয়া সাহিত্যৰ মূল্যৱান গ্রন্থৰাজি ভাৰতৰ অন্য ভাষালৈ অনুবাদ কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস...

খেলপথাৰত শ্ৰীশান্ত আৰু গৌতম গম্ভীৰৰ মাজত তুমুল বিবাদ

'তুমি এজন FIXER…'কোহলিৰ পিছত এইবাৰ শ্ৰীশান্তখেলপথাৰত শ্ৰীশান্ত আৰু গৌতম গম্ভীৰৰ মাজত তুমুল বিবাদসামাজিক মাধ্যমত গম্ভীৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শ্ৰীশান্তেদন্দুৰা বুলি অভিহিত কৰিলে গম্ভীৰক লেজেণ্ড লীগ...

দুভৰিৰ যাদু, মিৰ্জাত আয়োজন ডায়েট ফুটবল টুৰ্নামেণ্টৰ

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ, চমুকৈ ডায়েট কামৰূপে অহা ১৩-১৫ ডিচেম্বৰ ২০২৩ত এখনি সদৌ অসম ডায়েট ফুটবল টুৰ্নামেণ্টৰ আয়োজন কৰিছে। ৰাজ্যৰ শিক্ষা আৰু...

Popular