মুখ্য বাতৰি

কৃষকক উৎসাহিত কৰিবলৈ অহা ২১জানুৱাৰীত ৬টা শিতানত ‘অংকুৰিত অসম’ কৃষি বঁটা

প্ৰতিটো ঋতু অসমৰ খেতিপথাৰ নদন বদন হৈ থকা, অসমৰ থলুৱা কৃষ্টি সংকৃতি, বেহা বানিজ্য উন্নতিকৰণেৰে এখন স্বাবলম্বী তথা আত্ম নিৰ্ভৰ অসম গঢ় দিয়াৰ লক্ষৰে...

বিহাৰ বিজনেছ কানেক্ট ২০২৩ত বিহাৰত বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি ষ্টাৰ চিমেণ্টৰ

‘বিহাৰ বিজনেছ কানেক্ট ২০২৩-১৩-১৪ ডিচেম্বৰ২০২৩’চনতপাটনাত অনুষ্ঠিত হয় এক গ্ল’বেল ইনভেষ্টৰ্ছ’ শীৰ্ষ সন্মিলন। ‘বিহাৰ বিজনেছ কানেক্ট ২০২৩’ হৈছে এনে এক মঞ্চ য’ত আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান,...

লোকসভাৰ পৰা নিলম্বিত হ’ল ৩০জনকৈ বিৰোধী সাংসদ

সংসদ ভৱনৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰি সদনৰ পৰা নিলম্বিত হ’বলগীয়া হ’ল কমেও ৩০ জন বিৰোধী সাংসদ। নিলম্বিত সাংসদ সকলৰ ভিতৰত আছে কংগ্ৰেছৰ কেইবাজনো...

পুনৰ কুখ্যাত মাফিয়া ডাউদ ইব্ৰাহীমক লৈ জল্পনা-কল্পনা

পুনৰ কুখ্যাত মাফিয়া ডাউদ ইব্ৰাহীমক লৈ জল্পনা-কল্পনাবিশ্বৰ অপৰাধ জগতৰ ডন ৰূপে প্ৰখ্যাত ডাউদডাউদে ক’ত কি কৰে সেই সন্দৰ্ভত সঠিক তথ্য নাই কাৰো হাততএইবাৰ আহিছে...

২৪ডিচেম্বৰত গুৱাহাটী ৰাজহ চক্ৰত ভূমি সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰিব জিলা আয়ুক্তই

দিছপুৰ ৰাজহ চক্ৰত ৩৮খন আবেদন জিলা আয়ুক্তক দিলে ৰাইজে ৰাইজৰ ভূমি সম্পৰ্কীয় আবেদন আৰু ওজৰ-আপত্তিৰ খৰতকীয়া মীমাংসাৰ বাবে তৎপৰ হোৱা কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত...

Popular