মুখ্য বাতৰি

গণসমাৱেশ বন্ধ কৰক; কেন্দ্ৰলৈ আহ্বান উচ্চ ন্যায়ালয়ৰ

নিৰ্বাচনমুখী ৰাজ্যত সমাবেশ-সভা বন্ধ কৰককেন্দ্ৰক গণসমাৱেশ বন্ধ কৰাৰ আহ্বানঅমিক্ৰনৰ পৰিপ্ৰেক্ষিতত সকীয়নি এলাহাবাদ উচ্চ ন্যায়ালয়ৰভেকচিনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা কৰি এই আহ্বানটিভি-বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰৰ...

শ্বেহনাজ গীলৰ পিতৃয়ে যোগ দিলে বিজেপিত

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীত যোগ দিলে সন্তোষ সিং সুখে। সন্তোষ টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিগ বছ ১৩ৰ প্ৰতিযোগী শ্বেহনাজ গীলৰ পিতৃ। আগন্তুক...

নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ নাইট কাৰ্ফিউ, কঠোৰ চৰকাৰ

২৫ ডিচেম্বৰৰ পৰা কভিডৰ বাবে নতুন নিয়ম বলৱৎ কৰিব চৰকাৰে। নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ থাকিব নাইট কাৰ্ফিউ। বৰদিনৰ নিশা ১১...

অদূৰ ভৱিষ্যতে বন্ধ হৈ যাব ছেবা আৰু শিক্ষা সংসদ!

অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ বিপদঘণ্টা। ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিব অসম চৰকাৰে। এই বিদ্যালয়সমূহত পাঠ্যক্ৰম হ’ব CBSEৰ। পৰৱৰ্তী পৰ্যায়ত খুলিব একেধৰণৰ উচ্চতৰ মাধ্যমিক...

GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন

GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদননগাঁও পৌৰ সভা, যোৰহাট পৌৰ সভাৰ বিৰুদ্ধেও এই আবেদন২০১০-১১ৰ পৰা ২০১৬-১৭লৈ নিগম-নিকায়কেইখনত ব্যাপক অনিয়মৰ অভিযোগচাৰিওখন নিগম-নিকায়ত কমেও...

Popular