মুখ্য বাতৰি

IPL ২০২২ত কোন খেলুৱৈয়ে লাভ কৰিলে অৰেঞ্জ আৰু পাৰ্পল কেপ?

দুমাহ ধৰি চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) অন্তত ১৫ সংখ্যক ছিজনে নিজৰ বিজয়ীক বিচাৰি পালে। এই ছিজনত টুৰ্ণামেণ্টত যোগদান কৰা দুটা...

মঙলদৈত জঘণ্য ঘটনা, শিক্ষকৰ কামনাৰ বলি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী!

মঙলদৈত জঘণ্য ঘটনাশিক্ষকৰ কামনাৰ বলি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীতিনিদিন পূৰ্বে সংঘটিত হৈছিল ঘটনাটোনিতুমণি দাস নামৰ শিক্ষকজনৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগমঙলদৈৰ ৰামহৰি নিৱাসী নিতুমণি দাসশিক্ষকজনৰ বিৰুদ্ধে মঙলদৈ...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : পাৰিবাৰিক জীৱনৰ ব্যস্ততা বাঢ়িব। ৰাজহুৱা কামত সুখ্যাতি। নিৰামিষ খাওক। শত্রু পদানত হ’ব। ক্ৰীড়াত সুনাম। বিদ্যাত সুখ। বৃষ : কর্মত দৃঢ়তা থাকিব। আনৰ ওপৰত...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ– পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে৷ আর্থিকত মজলীয়া ফল পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত উন্নতিৰ যোগ৷ শুভ বর্ণ সেউজীয়া৷ সেউজীয়া ৰং ব্যৱহাৰ কৰক। বৃষ– কর্মস্থানত...

কাইলৈ মাজুলীলৈ যাব ৰাজ্যপাল জগদীশ মুখী, কি কি কাৰ্যসূচীত ভাগ ল’ব ৰাজ্যপালজনে?

দেওবাৰে দুদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ মাজুলীলৈ যাব ৰাজ্যপাল জগদীশ মুখী। সপত্নীক ৰাজ্যপালগৰাকীয়ে সত্ৰদ্বীপ মাজুলী ভ্ৰমণ কৰিব। মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ লগতে দক্ষিণপাট সত্ৰ দৰ্শন...

Popular