মুখ্য বাতৰি

পুৱতি নিশা সাপে খুঁটিলে ছলমান খানক

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক পুৱতি নিশা ৩ বজাত তেওঁৰ পানভেল ফাৰ্মহাউচত সাপে দংশন কৰে। ইয়াৰ পিছতে ততাতৈয়াকৈ অভিনেতাজনক নভী মুম্বাইৰ কামোথেৰ এখন চিকিৎসালয়ত ভৰ্তি...

ম্যানমাৰত জ্বলাই দিয়া হ’ল ৩০জনকৈ লোকক

ম্যানমাৰৰ সংঘৰ্ষ জৰ্জৰিত কায়া প্ৰদেশত শুকুৰবাৰে ৩০ জন লোকক হত্যা কৰি জ্বলাই দিয়া হয়। কাৰেন্নি মানৱাধিকাৰ গোটে প্ৰকাশ কৰা মতে কায়া প্ৰদেশৰ মোচো গাঁৱত...

হাইলাকান্দিৰ বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কক নিলম্বন

হাইলাকান্দিৰ বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কক নিলম্বনহাইলাকান্দিৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে নিলম্বিত আব্দুল মালিক মজুমদাৰজালিয়াতি, ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগত নিলম্বন মজুমদাৰকঅনুকম্পামূলক নিযুক্তিৰ প্ৰাৰ্থীক মজুমদাৰে দাবী কৰিছিল...

মডাৰ্ণ স্কুলৰ আত্মহত্যাৰ চেষ্টা কৰা ছাত্ৰীৰ মৃত্যু

মৃত্যুক সাবটিলে মহানগৰীৰ মডাৰ্ণ স্কুলত আত্মহত্যাৰ চেষ্টা চলাই চিকিত্সাধীন হৈ থকা ছাত্ৰীগৰাকীয়ে। আজি পুৱা ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে চিকিত্সালয় কৰ্তৃপক্ষই। শুকুৰবাৰে স্কুলৰ তৃতীয় মহলাৰ...

৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ১৫ৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীৰ ভেকচিন, এইকেইটা বৃহৎ ঘোষণা মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশবাসীক সম্বোধন কৰি কেইবাটাও বিশেষ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩ জানুৱাৰীৰ পৰা ১৫ৰ পৰা ১৮ বছৰ বয়সলৈ ভেকছিন প্ৰদানৰ কথা ঘোষণা...

Popular