সপ্তমবাৰলৈ উইম্বলডনৰ খিতাপ জিনিলে ন’ভাক জ’ক’ভিছে

  • সপ্তমবাৰলৈ উইম্বলডনৰ খিতাপ জিনিলে ন’ভাক জ’ক’ভিছে
  • ফাইনেলত অষ্ট্ৰেলিয়াৰ নিক কিৰ্গিয়ছক হৰুৱাই জ’ক’ভিছে
  • ৪-৬,৬-৩,৬-৪,৭-৬ ছেটত জয়লাভ কৰে ছাৰ্বিয়াৰ তাৰকাজনে
  • উইম্বলডনৰ খিতাপ জয়েৰে জ’ক’ভিছৰ গ্ৰেণ্ডশ্লামৰ সংখ্যা ২১ টালৈ বৃদ্ধি
  • গ্ৰেণ্ডশ্লাম জয়ৰ ক্ষেত্ৰত নাডালতকৈ পিছ পৰি আছে জ’ক’ভিছ
  • নাডালৰ নামত আছে ২২ টাকৈ গ্ৰেণ্ডশ্লামৰ খিতাপ
  • গ্ৰেণ্ডশ্লামৰ সৰ্বাধিক ফাইনেল খেলা খেলুৱৈ হিচাপে পৰিগণিত হয় জ’ক’ভিছ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...