মুখ্য বাতৰি

৩১ ডিচেম্বৰত কেৱল দুয়োটা ডজ লোৱা লোকেহে প্ৰৱেশ কৰিব পাৰিব মল, হোটেল-ৰেষ্টোৰাঁত

অ'মিক্ৰনৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নিৰ্দেশনা জাৰী কৰা হৈছে। নৱবৰ্ষৰ দিনা মল, হোটেল আৰু হলত সম্পূৰ্ণৰূপে টীকাকৰণ কৰা লোকসকলেহে প্ৰৱেশ কৰিব পাৰিব...

পুৱাই ৪.৩ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

পুৱা ৫.৩০ বজাত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ৪.৩ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। নেচনেল চেণ্টাৰ ফৰ চিচমোলজীৰ মতে ভূমিকম্পৰ জোকাৰণি সৰ্বাধিক...

ক’ভিডৰ উদ্বেগজনক পৰিস্থিতি! মিজোৰামত ২৪ ঘণ্টাত ২০৭জন লোক আক্ৰান্ত ক’ভিডত।

চুবুৰীয়া মিজোৰামত বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ। ৰাজ্যখনত ২০৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে ক'ভিডত। যোৱা ২৪ ঘণ্টাত দুই শতাধিক লোকৰ দেহত নতুনকৈ পোৱা গৈছে ক'ভিড...

অসমৰ ১,৮১১গৰাকী গৰ্ভৱতী মহিলা আক্ৰান্ত এইডছত, ড্ৰাগছ বিৰোধী অভিযানত পোহৰলৈ ভয়ংকৰ তথ্য

উদ্বেগজনক খবৰ। অসমত দ্ৰুতগতিত বৃদ্ধি হৈছে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা। যোৱা ৩১ অক্টোবৰপৰ্যন্ত ৰাজ্যত ধৰা পৰিছে ২০,৮৪১জন এইডছ আক্ৰান্ত ৰোগী। ইয়াৰে ১৯,০৩০ জন সাধাৰণ...

‘বচপন কা প্যাৰ’খ্যাত সহদেৱ গুৰুতৰভাবে আহত। মুখ্যমন্ত্ৰী, বাদশ্বাহে বুজ ল’লে স্বাস্থ্যৰ অৱস্থাৰ

ছচিয়েল মিডিয়াত সকলোৰে মুখে মুখে আছিল এটা গান বচপন কা প্যাৰ। এই গীতটোত সহদেৱ দিৰ্ডো নামৰ কিশোৰটিৱে পৰিৱেশন কৰিছিল। সেই সহদেৱ দুৰ্ঘটনাত পতিত হৈ...

Popular