লক্ষ্য ২০২৪ৰ লোকসভা নিৰ্বাচন অসমঅসম দৰ্শনআঞ্চলিক 125 By NKTV Digital Share FacebookTwitterWhatsAppTelegram আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমতো এক প্ৰকাৰ ৰণডংকা বজালে বিজেপিয়ে। ইয়াৰে অংগ স্বৰূপে ৰাজ্যৰ এক নম্বৰ অতিথিশালা কইনাধৰাত ৰাজ্যিক বিজেপিৰ নৱ গঠিত চাৰিখন সমিতিৰ সৈতে বৈঠকত মিলিত হয় জে পি নাড্ডা আৰু অমিত শ্বাহে। Author: NKTV Digital Previous articleআজি বিশাল কাৰ্যসূচীৰে মুকলি হ’ব ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়Next articleকণ্ঠশিল্পী দীপলিনা ডেকাৰ মহানুভৱতা NKTV Digital Popular ‘ভীম ভিটা’ৰ জন্মদাতা মাজুলীৰ উদ্যমী যুৱক ইন্দুকল্প ভৰালীৰ অকাল বিয়োগ; থলুৱা ভীমকলক বিশ্বৰ বজাৰলৈ নিয়াৰ সপোন আধৰুৱা হৈ ৰ’ল ইন্দুকল্পৰ ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে ২০২৭ চনত IMF আৰু বিশ্ব বেংকৰ অধ্যক্ষ হ’ব পাকিস্তান; ১৯৫৩ চনৰ পাছত প্ৰথমবাৰৰ বাবে এই দায়িত্ব লাভ PM CARES শিশুৰ বৃত্তি লাভত আধাৰ কাৰ্ড বাধ্যতামূলক কেন্দ্ৰৰ; আধাৰ নাথাকিলেও বিকল্প নথিৰে লাভ কৰিব সুবিধা গোৱালপাৰাৰ লক্ষীপুৰত বাংলাদেশীৰ সন্দেহত ২ মহিলাক আটক; অবৈধ অনুপ্ৰৱেশত সহযোগিতাৰ অভিযোগত আন এজন লোককো আটক আৰক্ষীৰ More like thisRelated ‘ভীম ভিটা’ৰ জন্মদাতা মাজুলীৰ উদ্যমী যুৱক ইন্দুকল্প ভৰালীৰ অকাল বিয়োগ; থলুৱা ভীমকলক বিশ্বৰ বজাৰলৈ নিয়াৰ সপোন আধৰুৱা হৈ ৰ’ল ইন্দুকল্পৰ NKTV Digital - October 17, 2026 মাজুলীৰ এগৰাকী উদ্যমী যুৱক, বিশিষ্ট উদ্যোগী তথা পৰ্যটন উদ্যোগৰ... ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে NKTV Digital - October 17, 2026 ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ... ২০২৭ চনত IMF আৰু বিশ্ব বেংকৰ অধ্যক্ষ হ’ব পাকিস্তান; ১৯৫৩ চনৰ পাছত প্ৰথমবাৰৰ বাবে এই দায়িত্ব লাভ NKTV Digital - October 17, 2026 ২০২৭ চনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF) আৰু বিশ্ব... PM CARES শিশুৰ বৃত্তি লাভত আধাৰ কাৰ্ড বাধ্যতামূলক কেন্দ্ৰৰ; আধাৰ নাথাকিলেও বিকল্প নথিৰে লাভ কৰিব সুবিধা NKTV Digital - October 17, 2026 PM CARES for Children আঁচনিৰ অধীনত বৃত্তিৰ সুবিধা লাভ...