নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধত অব্যাহত ভূমিস্খলন

0 124
  • নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধত অব্যাহত ভূমিস্খলন
  • এইবাৰ নদীবান্ধৰ লেফট্ বেংকত ভয়ংকৰ ভূমিস্খলন
  • নেৰানেপেৰা বৰষুণৰ ফলত পানীৰ সোঁতে লৈছে ভয়ংকৰ ৰূপ
  • খহি পৰিছে খনভংগুৰ পাহাৰৰ বৃহৎ অংশ
  • নদীবান্ধৰ গাৰ্ডৱালতো মেলিছে বৃহৎ ফাট
  • কিছুদিন পূৰ্বে গাৰ্ডৱাল ভাঙি নদীবান্ধৰ পাৱাৰ হাউছ বুৰাই পেলাইছিল
  • পাহাৰ খহি বন্ধ হৈ পৰিছিল দুটা ডাইভাৰচ’নেল টানেল
  • প্ৰকৃতিৰ ৰুদ্ৰৰূপত ত্ৰস্তমান NHPCৰ কাম বন্ধ কৰি স্থানান্তৰ কৰিছিল শ্ৰমিক
  • বিশেষজ্ঞৰ ভৱিষ্যৎবাণী ৰাইজৰ আংশকাক বাৰে বাৰে সত্য প্ৰমাণিত হৈছে গেৰুকামুখত
  • তথাপি বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে আঁকোৰগোঁজ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ
Leave A Reply

Your email address will not be published.