মুখ্য বাতৰি

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা দখলৰ পিছত নাচি উঠিল টীম ইণ্ডিয়া

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত জয়লাভৰ পিছত টীম ইণ্ডিয়াৰ উল্লাস। তৃতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ২-১ত শৃংখলা দখল কৰিলে টীম ইণ্ডিয়াই। প্ৰথম দুখনত...

চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰে ভূপেন বৰাই

চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰে ভূপেন বৰাই কংগ্ৰেছৰ চৰকাৰ আহিলে বিজেপিৰ কাৰ্যালয়ত নদী গৱেষণা কেন্দ্ৰ হ'বই বিজেপিৰ নেতাই নিজৰ সম্পত্তি ৰাজহুৱা কৰক ওমৰ...

শাসনলৈ আহিলে বিজেপিৰ কাৰ্যালয় উৎখাত কৰিব কংগ্ৰেছে

বিজেপিৰ প্ৰাসাদোপম কাৰ্যালয় নিৰ্মাণৰ পিছতে সমালোচনামুখৰ হৈ পৰিছে বিৰোধী। কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ মতে শাসনলৈ আহিলে বিজেপিৰ কাৰ্যালয় উৎখাত কৰি দিব কংগ্ৰেছে। বৰাক কটাক্ষ...

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই নিক্ষেপ কৰিলে ৭৫টা মিছাইল

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ৭৫টা মিছাইলৰে আক্ৰমণ৪১টা মিছাইল ধ্বংস কৰাৰ দাবী ইউক্ৰেইনৰইউক্ৰেইনৰ ৰাজধানী কীভৰ বাণিজ্যিক কেন্দ্ৰ ধ্বংসৰাষ্ট্ৰপতি জেলেনস্কিৰ কাৰ্যালয়ৰ একাংশ ধ্বংসৰাছিয়াৰ আক্ৰমণত ১৩জনৰ মৃত্যু, ৭০...

PFI নেতাক সাক্ষাৎ কৰিবলৈ বৰপেটাৰ জে’লত শ্বেৰমান আলী

কাৰাগাৰত থকা PFI নেতাক সাক্ষাৎ কৰিবলৈ বৰপেটাৰ জে’লত শ্বেৰমান। নিষিদ্ধ ঘোষিত সংগঠনৰ নেতাক সাক্ষাৎ কৰাৰ চেষ্টা। PFI নেতাক সাক্ষাৎ কৰিবলৈ গৈ বিমুখ শ্বেৰমান আলী।...

Popular