মুখ্য বাতৰি

শিৱসাগৰ জিলা উপায়ুক্তৰ দেহত মাৰাত্মক ক’ভিড

নৱবৰ্ষৰ আৰম্ভণিতে পুনৰ যেন ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এইবাৰ শিৱসাগৰ জিলা উপায়ুক্ত মেঘনিধি দহাল ক'ভিড পজিটিভ। উপায়ুক্তগৰাকীৰ পত্নী আৰু ভাতৃৰ দেহতো ধৰা পৰিছে...

মঙলবাৰে আহি আছে প্ৰধানমন্ত্ৰী মোদী, উদ্বোধন কৰিব এইসমূহ প্ৰকল্প

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আহিব উত্তৰ-পূৰ্বাঞ্চললৈ। মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। একাধিক প্ৰকল্প উদ্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে। ত্ৰিপুৰাত মোদীয়ে মহাৰাজা বীৰ বিক্ৰম...

কাইলৈ অনুষ্ঠিত নহয় ‘নিয়োগ মেলা’, ৰিহাবাৰীৰ নিয়োগ মেলা বাতিল

৪ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ‘নিয়োগ মেলা’ বাতিল কৰা হৈছে। অনিবাৰ্য কাৰণবশতঃ বাতিল কৰা হৈছে ‘নিয়োগ মেলা’। ৰিহাবাৰীস্থিত জিলা নিয়োগ বিনিময় কাৰ্যালয়ে প্ৰকাশ কৰিছে এই...

অভিনেতা জন আব্ৰাহাম আক্ৰান্ত ক’ভিড, পত্নীৰ দেহতো পোৱা গৈছে ক’ৰণা ভাইৰাছ

নৱবৰ্ষৰ আৰম্ভণিৰে পৰা অব্যাহত আছে ক'ভিডৰ সংহাৰ। ইজনৰ পিছত সিজন তাৰকা আক্ৰান্ত হৈছে মাৰাত্মক ক'ভিডত। এইবাৰ অভিনেতা জন আব্ৰাহাম আক্ৰান্ত হৈছে ক'ভিড ভাইৰাছত। পত্নী...

১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰৰ বাবে আজিৰে পৰা ভেকচিন, দেশজুৰি অব্যাহত পঞ্জীয়ন

আজিৰে পৰা সমগ্ৰ দেশত আৰম্ভ হৈছে কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ১৫ বছৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন। প্ৰতিখন...

Popular