মুখ্য বাতৰি

বিশিষ্ট লেখক-গৱেষক ড০ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা বঁটা

ড০ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা বঁটাউত্তৰ লক্ষীমপুৰ কলেজৰ অধ্যাপক ড০ ৰাজখোৱাবিশিষ্ট লেখক-গৱেষক গৰাকীলৈ প্ৰথমবাৰৰ বাবে এই বঁটাসাহিত্যিক যুগল লোচন দাসলৈ পানীন্দ্ৰনাথ গগৈ বঁটাদাস...

বিৰল প্ৰজাতিৰ শগুণ উদ্ধাৰ

আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাত উদ্ধাৰ কৰা হয় চাৰিটা বিৰল প্ৰজাতিৰ শগুণ । মিৰ্জাৰ মনপুৰত তিনিটা শগুণ মৃত অৱস্থাত আৰু এটা আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ...

গ্ৰেপ্তাৰ হ’ল ACA প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোঁহাই

গুৱাহাটীৰ পৰা যোৱা আৰক্ষীৰ এটা দলে ডিব্ৰুগড়ৰ টিংখঙৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে প্ৰদীপ বুঢ়াগোহাঁইক। আজি পুৱতি নিশা আৰক্ষীয়ে ACAৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনক লৈ ফটাশিল...

পাঁচ মহীয়া সন্তানক এৰি যোগ দিলে নেকি আলফা(স্বাঃ)ত? ২ পৰিয়ালৰ মাজত হাহাকাৰ।

উজনি অসমত আলফা (স্বাঃ)ই পুনৰ সদস্যভৰ্তি অভিযান আৰম্ভ কৰিছে। বিগত কিছুদিনৰ পৰা তিনিচুকীয়া জিলাখনৰ লগতে উজনি অসমৰ পৰা বহু যুৱক-যুৱতী আলফা স্বাধীনলৈ গমন কৰাৰ...

MNCত কভিডৰ জাল, ২২ ডিচেম্বৰলৈ বন্ধ পাঠদান

কভিডৰ হটস্পট হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ। প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়। তাৰ পিছত বি বৰুৱা কলেজৰ পিছত দিছপুৰ কলেজত পোৱা গৈছিল কভিডৰ সংক্ৰমণ। এইবাৰ নলবাৰীৰ স্ত্ৰী শিক্ষাৰ...

Popular