মুখ্য বাতৰি

সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস আৰু পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসলৈ বিশেষ বঁটা

সমগ্ৰ দেশতে নিৰাপদ পৰিবহণ ব্যৱস্থাক প্ৰসাৰিত কৰাত প্ৰতিশ্ৰুতিবদ্ধ সৰ্বভাৰতীয় সংস্থা “ছিয়াম”, নতুন দিল্লীৰ ২৪ সংখ্যক অধিবেশনৰ ছ’চাইটি ফৰ অ’টোমোটিভ ফিটমেছ এণ্ড এনভাইৰনমেন্টৰ দুদিনীয়া কৰ্মশালাৰ...

T20 ক্ৰিকেটৰ দ্ৰুততম অৰ্ধশতকৰ অভিলেখ নেপালী খেলুৱৈ দীপেন্দ্ৰ সিংহ ঐৰিৰ

এছিয়ান গেমছত বিস্ফোৰণ ঘটাইছে বিশ্ব ক্ৰিকেটৰ শিশু হিচাপে চিহ্নিত নেপালে। নেপাল দলে হাঝৌ এছিয়ান গেমছৰ পুৰুষ শাখাৰ প্ৰথমখন খেলতে মংগোলীয়াক বৃহৎ ব্যৱধানত পৰাস্ত কৰাৰ...

ছাত্ৰ বিক্ষোভত আকৌ উত্তাল হিংসাজৰ্জৰ মণিপুৰ

পুনৰ জ্বলিছে মণিপুৰছাত্ৰ বিক্ষোভত আকৌ উত্তাল হিংসাজৰ্জৰ মণিপুৰস্থানীয় লোক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষআৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী আহতমঙলবাৰৰ নিশাৰ পৰাই পুনৰ ইণ্টাৰনেট...

ভূত নে অন্য কিবা? অভিশপ্ত ‘এনাবেল’ৰ প্ৰকৃত কাহিনী জানেনে?

'এনাবেল' বোলছবিখনক আটাইতকৈ ভয়ংকৰ ভৌতিক চলচ্চিত্ৰ হিচাপে গণ্য কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে, চলচ্চিত্ৰ নিৰ্মাতাসকলে দাবী কৰিছে যে এই ছবিখন এটা প্ৰকৃত ঘটনাৰ ওপৰত আধাৰিত। কিন্তু...

অস্কাৰৰ বাবে মনোনীত 2018 এভ্ৰিৱান ইজ এ হিৰো

ভাৰতীয় চলচিত্ৰপ্ৰেমীৰ বাবে এক ডাঙৰ খবৰ। অস্কাৰৰ বাবে মনোনীত হ'ল দক্ষিণৰ চিনেমা '2018 এভ্ৰিৱান ইজ এ হিৰো'। টবিনো থমাছ অভিনীত মালায়ালম ভাষাৰ 'এভৰিৱাইন ইজ...

Popular