মুখ্য বাতৰি

গোৱা ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? সচেতন নহ’লে ১ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব পাৰে আপুনি!

গোৱা ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে সতৰ্ক হওক। লাখ টকাৰ জৰিমনাৰ সন্মুখীন হ’ব পাৰে আপুনি। সমুদ্ৰৰ তীৰত বহুতে সুৰাপান কৰে, য’ত-ত’ত বটল ভাঙে, বা...

এহাতেৰে বেট লৈ শেষলৈকে যুঁজি থাকিল… ক্ৰিছ ৱ’ক্সৰ দৰে আৰু কোন কোন খেলুৱৈয়ে আঘাতৰ সত্ত্বেও খেলক অগ্ৰাধিকাৰ দিছিল?

ভাৰত-ইংলেণ্ডৰ মাজত ওভেল টেষ্ট মেচৰ অন্তিম দিনটোত অতি ৰোমাঞ্চকৰ মুহূৰ্তত ক্ৰিছ ৱ’ক্সে ভগ্ন কান্ধৰ সৈতে বেটিঙৰ বাবে খেলপথাৰত খোজ দিছিল। দলৰ ডুবন্ত নাও বচাবলৈ...

পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰথমখন তালিকা প্ৰকাশ BPFৰ

২২টা পৰিষদীয় সমষ্টিত BPFএ ঘোষণা কৰিলে প্ৰাৰ্থীবাক্সা জিলাত আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা BPFৰদেৱৰগাঁও সমষ্টিত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব হাগ্ৰামা মহিলাৰীয়েভৈৰৱকুণ্ড সমষ্টিত BPFৰ প্ৰাৰ্থী হ’ব প্ৰাক্তন...

চাহৰ আমদানি অবিৰতভাৱে বৃদ্ধিৰ ফলত দেশীয় উৎপাদকসকল প্ৰভাৱিত হৈছে : TAI

চাহৰ আমদানি অবিৰতভাৱে বৃদ্ধি আৰু ভাৰতীয় চাহৰ বজাৰত প্ৰতিকূল প্ৰভাৱৰ মাজতে ভাৰতীয় চাহ সংঘ (TAI)য়ে বিদেশ বাণিজ্য মহানিৰ্দেশক (DGFT)ৰ ওচৰত অগ্ৰিম প্ৰাধিকৰণ আঁচনি আৰু...

হিন্দী চিনেমাৰ কাহিনীৰ দৰে শিহৰণকাৰী

হিন্দী চিনেমাৰ কাহিনীৰ দৰে শিহৰণকাৰী। বাস্তৱত আপুনি মই কল্পনা কৰিব নোৱাৰা কথা। ডিব্ৰুগড়ৰ বৰবৰুৱাত ২৫ জুলাইত নৃশংস হত্যাৰ বলি হৈছিল উত্তম গগৈ। শনিবাৰে হত্যাৰ...

Popular