মুখ্য বাতৰি

শীঘ্ৰেই আৰম্ভ হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য

শততম জন্ম দিৱসত শ্বহীদ কনকলতাক স্মৰণআধুনিকতাৰ নতুন দিগন্তই স্পৰ্শ কৰিব গহপুৰকশীঘ্ৰেই আৰম্ভ হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য এক বৰ্ণিল পৰিৱেশত বীৰাংগনা কনকলতাৰ জন্ম...

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে মুখথেকেচা ড’নাল্ড ট্ৰাম্পৰ

যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে ২০২৪ চনৰ ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। ইতিমধ্যে এই নিৰ্বাচনৰ বাবে যুক্তৰাষ্ট্ৰত চলিছে ব্যাপক কুচকাৱাজ। ৰিপাব্লিকান দলৰ হৈ পুনৰ প্ৰাৰ্থিত্ব...

GMCৰ অধীনৰ উলুবাৰী, গণেশগুৰি বজাৰ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটী পৌৰ নিগমৰ অধীনৰ উলুবাৰী আৰু গণেশগুৰি বজাৰ পৰিদৰ্শন কৰি বজাৰ দুখনৰ...

২০২৬ৰ ভিতৰত অসমক দুর্ঘটনা শূন্য ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য চৰকাৰৰ

পথ সুৰক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক২০২৬ চনৰ ভিতৰত অসমক দুর্ঘটনা শূন্য ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে: মুখ্যমন্ত্রীদুর্ঘটনা ৰোধৰ দিশত কঠোৰ পদক্ষেপ...

চেন্নাই ছুপাৰ কিংছলৈ যাব নেকি ৰোহিত শৰ্মা, সূৰ্য কুমাৰ যাদৱ?

মুম্বাই ইণ্ডিয়ানছে অধিনায়ক ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক দায়িত্বভাৰ দিয়াৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে। আনকি কেইবাটাও ফ্ৰেঞ্চাইজিয়ে ৰোহিত শৰ্মাক ক্ৰয়...

Popular