১ লাখ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ কাৰ্যবাহী অভিযন্তা

১ লাখ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ কাৰ্যবাহী অভিযন্তা। উৎকোচ লৈ আৰক্ষীৰ জালত নলবাৰীৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা। কাৰ্যবাহী অভিযন্তা সীমান্ত লহকৰক আটক দুৰ্নীতি নিবাৰক শাখাৰ। কাৰ্যবাহী অভিযন্তাজনৰ ভাৰাঘৰত অভিযান দুৰ্নীতি নিবাৰকৰ।

Popular

More like this
Related

সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু!

ড০ পৰিধি শৰ্মা। অসমীয়া পাঠকৰ বাবে এটা পৰিচিত...

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...