মুখ্য বাতৰি

গানেৰে স্বাস্থ্য সজাগতামূলক প্ৰচাৰৰ অভিনৱ পদক্ষেপ ডাঃ চন্দন মোদকৰ

সাধাৰণ মানুহক সংগীতেৰে স্বাস্থ্য সচেতন কৰাৰ এক অভিনৱ কাৰ্যক্ৰমণিকা হাতত লৈছে বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ , ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সভাপতি...

জাতিষ্কাৰ হৈ উঠিছে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যান

সমাগত বসন্ত। বসন্তৰ আগমনত ন-ৰূপ লৈছে প্ৰকৃতিয়ে। চাৰিওফালে জকমকাই ফুলি উঠিছে না-না ৰঙী ফুলবোৰ। বসন্তৰ প্ৰাক-ক্ষণতে কাজিৰঙা অৰ্কিড উদ্যানত ফুলি উঠিছে ভিন্ন প্ৰজাতিৰ অৰ্কিডসমূহ।...

অসমত আফগানিস্তান ফুটবল দলৰ অথন্তৰ

বিশ্বকাপ ফুটবলৰ যোগ্যতা নিৰ্ণায়ক মেচৰ বাবে গুৱাহাটীলৈ আহি প্ৰথম দিনাই অনাহুত পৰিস্থিতিৰ সন্মুখীন হ’ল আফগানিস্তান ফুটবল দল। পল্টনবজাৰৰ ছাই চেণ্টাৰত শনিবাৰে সন্ধিয়া অনুশীলন কৰিবলৈ...

হাতত ISISৰ পতাকা লৈ আটক গুৱাহাটী IITৰ ছাত্ৰ

হাতত ISISৰ পতাকা লৈ জালুকবাৰীৰ পৰা হাজো অভিমুখে গৈ আছিল এজন যুৱক। নিজকে ISISৰ সমৰ্থক বুলি পৰিচয় দিয়া যুৱকজনক হিন্দু জাগৰণ মঞ্চই আটক কৰি...

পুটিন প্ৰশাসনৰ প্ৰশ্ন কিহৰ ভিত্তিত আমেৰিকা নিশ্চিত হ’ল?

মস্কোত ISISৰ আক্ৰমণে জোকাৰিছে বিশ্বৰাষ্ট্ৰপতি পুটিনৰ ‘প্ৰতিশোধ’ৰ হুংকাৰভয়াৱহ আক্ৰমণক লৈ আমেৰিকাৰে ‘X’ যুদ্ধ পঞ্চমবাৰৰ বাবে পুটিন ৰাষ্ট্ৰপতি হোৱাৰ পিছতে সন্ত্ৰাসবাদী ISIS–এ মস্কোত তেজৰ হোলী খেলিলে। ১৪৩...

Popular