ব’ৰৱেলত ২৪ ঘণ্টা ধৰি আবদ্ধ এগৰাকী যুৱতী

গুজৰাটৰ ব’ৰৱেলত ২৪ ঘণ্টা ধৰি আবদ্ধ এগৰাকী যুৱতী। কচ্ছ জিলাৰ কান্দেৰাই গাঁৱত এই অঘটন। সোমবাৰে পুৱা ৬.৩০ বজাত সংঘটিত হয় ঘটনাটো। প্ৰায় ৪৯০ ফুট গভীৰতাত আবদ্ধ হৈ আছে যুৱতীগৰাকী। ব’ৰৱেলটোৰ গভীৰতা হৈছে ৫৪০ ফুট। সোমবাৰৰ পৰা অব্যাহত আছে উদ্ধাৰ অভিযান। যুৱতীগৰাকীক যোগান ধৰা হৈছে অক্সিজেন। যুৱতীগৰাকীৰ অৱস্থিতি প্ৰতি মুহূৰ্তত নিৰীক্ষণত ৰাখিছে উদ্ধাৰকাৰী দলে। যুৱতীগৰাকী অচেতন অৱস্থাত থকা বুলি জনাইছে উদ্ধাৰকাৰী দলে। NDRF, ভাৰতীয় সেনা আৰু BSFৰ উদ্ধাৰ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...