মুখ্য বাতৰি

বিদ্যালয় পৰিদৰ্শনত বাধা নাই, সংবাদ মাধ্যমৰ বাতৰি সত্য নহয়; চৰকাৰী বিদ্যালয় পৰিদৰ্শনত বাধা আৰোপ কৰা সন্দৰ্ভত সংবাদমেল শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

চৰকাৰী বিদ্যালয় পৰিদৰ্শনত বাধা আৰোপ কৰা সন্দৰ্ভত প্ৰকাশিত বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে বিদ্যালয়লৈ কোনো...

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: পৰেশ বৈশ্যৰ জামিন শুনানি অসম্পূৰ্ণ, ১৫ অক্টোবৰলৈ স্থগিত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পূৰ্ণ নহ’ল। ন্যায়াধীশ ছামিমা জাহানৰ আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন...

আই ফোন কিনিবলৈ বেচি দিলে সন্তানক; জন্ম দিয়া সন্তানতকৈ মূল্যবান নেকি এটা আইফোন?

সোণৰ গহনা, iPhone-ৰ শেহতীয়া মডেলকে ধৰি বিভিন্ন দামী সামগ্ৰী কিনাৰ চখ পূৰাবলৈ নিজৰ কোলৰ শিশুকেই বিক্ৰী কৰাৰ অভিযোগ উঠিছে এহাল দম্পতীৰ বিৰুদ্ধে। চাঞ্চল্যকৰ এই...

৬৫ কোটি টকাত নিলাম এখন চিত্ৰ; কোন চিত্ৰশিল্পীৰ ‘কোন’খন চিত্ৰক লৈ দেশজুৰি চৰ্চা

ভাৰতীয় আধুনিক শিল্পৰ অন্যতম প্ৰখ্যাত চিত্ৰশিল্পী মকবুল ফিদা হুছেইনৰ ১৯৫২ চনত অংকন কৰা বিখ্যাত চিত্ৰ ‘দ্য ৰেড গাৰ্ল’ ৬৫ কোটি টকাত বিক্ৰী হৈছে। মুম্বাইত...

এছিয়ান গেমছত পুনৰ উজলিল ভাৰত; আৰ্চাৰীত ভাৰতৰ স্বৰ্ণজয়

২০২৬ৰ এছিয়ান গেমছত কম্পাউণ্ড আৰ্চাৰীত দপদপনি অব্যাহত ৰাখিছে ভাৰতে। আজি তথা বুধবাৰে মহিলা দলীয় আৰু মিক্সড টিম ইভেণ্টত স্বৰ্ণ পদক জয় কৰি দুয়োটা খিতাপেই...

Popular