মুখ্য বাতৰি

আগন্তুক ৫ দিনলৈ ৰাজ্যত হ’ব ধাৰাষাৰ বৰষুণ

শেহতীয়াকৈ সলনি হৈছে ৰাজ্যৰ বতৰ। গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ। যাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ ঠায়ে ঠায়ে কৃত্ৰিম বানো সৃষ্টি হোৱা দেখিবলৈ পোৱা...

নিৰাপত্তা ভেদি অসমত সোমাল ১৭ বাংলাদেশী

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সময়তে ভাৰতীয় চোৰাংচোৱাই লাভ কৰিছিল কেতবোৰ বিশেষ তথ্য। দেশখনত আগ্ৰাসী হৈ উঠা মৌলবাদী শক্তিয়ে অশান্ত কৰিব অসম। ভাৰতীয় চোৰাংচোৱাৰ...

২৩ আগষ্টত ইউক্ৰেইনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে ইউক্ৰেইন ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ২১, ২২ আগষ্টত দুদিনীয়া পোলেণ্ড ভ্ৰমণ সামৰি ২৩ আগষ্টত ইউক্ৰেইনত উপস্থিত হ’ব...

নিৰ্বাচনৰ পূৰ্বে ঝাৰখণ্ডত ‘অপাৰেচন পদ্ম’

৬জন বিধায়কক লৈ দিল্লী যাত্ৰী চম্পাই ছোৰেনৰচম্পাই ছোৰেনৰ স্থিতিক লৈ তোলপাৰ ঝাৰখণ্ডৰ ৰাজনীতি বৰ্তমানলৈ দিন ঘোষণা হোৱা নাই যদিও ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ পূৰ্বে...

নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ হ’ব ‘৩৭০’?

নিৰ্বাচন ঘোষণাৰ পিছতে গৰম জম্ম-কাশ্মীৰৰ ৰাজনীতিনেচনেল কনফাৰেন্সৰ নিৰ্বাচনী ইছ্যু ‘৩৭০’বিধানসভাত প্ৰস্তাৱ ল’ব ‘৩৭০’ বাতিলৰ বিৰুদ্ধে ২০১৪ চনৰ পৰা বিধানসভা নিৰ্বাচন অনুষ্ঠিত নোহোৱা জম্মু-কাশ্মীৰত এতিয়া বলিছে...

Popular