মুখ্য বাতৰি

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন যুদ্ধবিমান এফ-৩৫ উন্নত চেন্সৰ, ৰাডাৰ, বুদ্ধিমত্তা সংগ্ৰহ,  আকাশৰ পৰা ভূমিলৈ মিছাইল আক্ৰমণৰ ক্ষমতাৰ বাবে বিখ্যাত।...

বিশ্বৰ সৰ্বাধিক ব্যয়বহুল টিভি শ্ব’ কোনটো, আৰু ইয়াক নিৰ্মাণৰ বাবে কিমান ধন খৰচ হ’ব?

যদি আপুনি ভাৱিছে যে ২০০-৪০০ কোটি টকাৰ কথা, তেন্তে তাতেই ৰৈ যাওক। কাৰণ বিশ্বৰ সৰ্বাধিক ব্যয়বহুল শ্ব’টোৰ বাজেট ৩৪,২৪০ কোটি টকাতকৈও অধিক। এই শ্ব’ই...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল নিৰাপত্তা অভিযানত, বুধবাৰে (২১ মে’) নিৰাপত্তা বাহিনীয়ে ছত্তীশগড়ত এনকাউণ্টাৰত চিপিআই (মাওবাদী)ৰ সাধাৰণ সম্পাদক নম্বালা কেশৱ...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক কেবিনেটত লোৱা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল দেৰগাঁৱত অনুষ্ঠিত...

আহি আছে ভাৰতৰ ৰবটিক জোৱান

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট এষ্টাব্লিচমেণ্টে (ইঞ্জিনীয়াৰ্ছ) এটা মানৱৰূপী ৰবটৰ ওপৰত কাম কৰি আছে, যি সামৰিক অভিযানৰ সম্মুখৰেখাত জটিল কাম...

Popular