মুখ্য বাতৰি

ভাৰতৰ বন্ধু ৰাছিয়াই পাকিস্তানক যুদ্ধবিমানৰ ইঞ্জিন যোগান ধৰিছে নেকি? বিতৰ্কৰ মাজতে মুখ খুলিলে ৰাছিয়াই

চীনা প্ৰযুক্তিৰে নিৰ্মিত যুদ্ধবিমান JF-17 ব্যৱহাৰ কৰে পাকিস্তানে। সেই যুদ্ধবিমানৰ বাবেই পাকিস্তানে ৰাছিয়াৰ পৰা ইঞ্জিন কিনিব বিচাৰে! সম্প্রতি এনে কিছু বিতৰ্ক সৃষ্টি হৈছিল। ৰাছিয়াৰ...

নগাৰ উপদ্ৰৱত কম্পমান নাগালেণ্ড সীমান্তৰ অসমৰ জনতা

গোলাঘাট চুঙাজান টেঙাতলত বৰ্তমানেও অব্যাহত চেপা উত্তেজনা। বৃহস্পতিবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান টেঙাতল জালাল বস্তিত নগাৰ ভয়ানক আক্ৰমণ। শতাধিক বাসগৃহত নগাৰ অগ্নি সংযোগ, বোমা...

অক্টোবৰত পৰিবহণ বিভাগৰ জাতিৰ প্ৰতি বিশেষ সেৱা মাহৰ কাৰ্যসূচী

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম মাহৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত...

পুনৰ ইৰানক আক্ৰমণ কৰিব নেকি আমেৰিকাই? পোহৰলৈ আহিছে ৫টা সংকেত

৪ মাহৰ পিছত পুনৰ ইৰানক ইজৰাইল আৰু আমেৰিকাই আক্ৰমণ কৰিব পাৰে। ৱাছিংটনৰ পৰা তেহৰানলৈকে ইয়াৰ ৫টা ডাঙৰ সংকেত পোৱা গৈছে। এই সংকেতসমূহত আমেৰিকাৰ বায়ুসেনাৰ...

PoKত পাকিস্তানী সেনাক অপমান! ইউনিফৰ্ম আৰু হেলমেট বিক্ৰী কৰা হৈছে ১০ টকাত

পাকিস্তানৰ কবলত থকা কাশ্মীৰ (PoK)ত বিগত এসপ্তাহৰ পৰা বিৰোধ প্ৰদৰ্শন আৰু হিংসাত্মক ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে। এই সময়ত প্ৰচণ্ড উপদ্ৰৱ দেখা গৈছে। লগতে, প্ৰতিবাদকাৰীসকলে...

Popular