মুখ্য বাতৰি

বাঘৰ সৈতে যুঁজ কৰি পত্নীক ৰক্ষা কৰিলে স্বামীয়ে

বাঘৰ সৈতে যুঁজ কৰি পত্নীক ৰক্ষা কৰিলে স্বামীয়ে। সাহসী স্বামী দিলীপ গড়ৰ কথা সকলোৰে মুখে মুখে। কলিয়াবৰ চাহ বাগিচাৰ দিলীপ গড়ে কেনেকৈ উদ্ধাৰ কৰিছিল...

উমৰাংছ’ত আৰু এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। আজি পুৱাই কয়লাখনিত উদ্ধাৰ আন এজন শ্ৰমিকৰ মৃতদেহ। বৰ্তমানলৈ কয়লাখনিটোত উদ্ধাৰ দুটাকৈ মৃতদেহ। মৃত শ্ৰমিকজন উমৰাংছ’ৰ লিজিত মগৰ।

ধিঙৰ খেতিপথাৰত কৃষকে গৰুক খুৱাইছে পাচলি

ৰাজ্যৰ শাক-পাচলিৰ‌ বজাৰত জ্বলিছে‌ জুই। বিভিন্ন চহৰ নগৰৰ বজাৰত অধিক মূল্যত পাচলি‌ ক্ৰয় কৰিছে গ্ৰাহকে। বিশেষকৈ গুৱাহাটী মহানগৰীত ৮০-১০০ৰ তলত নাই পাচলি। তেনেস্থলত ধিঙৰ...

ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্যত সুস্থ জীৱনশৈলী বিষয়ক সজাগতা আৰু অনুশীলনক অভিযান আকাৰে ৰূপায়ণ কৰা হ'ব : সিংহল অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি...

১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ

১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে ৰুক্মিণীগাঁৱৰ ভাড়াঘৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। ৰুক্মিণীগাঁৱৰ হাউছ নম্বৰ- ৮ত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। ডেৰমাহ...

Popular