মুখ্য বাতৰি

উত্তেজিত লোকে মৰিয়াই মৰিয়াই নিধন কৰিলে নাহৰফুটুকী

ডিব্ৰুগড়ৰ লাহোৱালৰ গণেশবাৰীত ভয়ংকৰ ঘটনা। উত্তেজিত লোকে মৰিয়াই নিধন কৰিলে নাহৰফুটুকী। দুজনকৈ লোকক আক্ৰমণ কৰিছিল নাহৰফুটুকীটোে। ঘটনাৰ পিছতে ক্ষোভিত লোকে খেদি খেদি নিধন কৰিলে...

মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা

মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা৷গাভৰু গড়কোষত নগা দুবৃত্তই সৃষ্টি কৰিছে আতংকৰআদিত্য গগৈ নামৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত গুলীচালনা৷গুলীবৰ্ষণৰ ঘটনাৰ পিছতে সীমান্তত আতংকময় পৰিবেশ৷

মহা কুম্ভমেলাত নিষিদ্ধ VVIP পাছ

প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত পদপিষ্টৰ ঘটনাৰ পিছত বিপৰ্যয় ৰোধৰ বাবে তৎপৰ উত্তৰ প্ৰদেশ চৰকাৰ। মেলাথলীত ভক্তৰ সমাগম নিয়ন্ত্ৰণৰ লগতে সাল-সলনি ঘটোৱা হৈছে বিভিন্ন ব্যৱস্থাৰ। যান-বাহন মুক্ত...

স্বাধীনতাৰ পৰা বৰ্তমানলৈ দেশৰ বিত্ত মন্ত্ৰীসকল কোন জানেনে?

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দখল কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। ইতিমধ্যে ২০২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে। লোকসভাৰ মজিয়াত ২০২৫-২৬...

সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা মূল অভিযুক্তৰ আত্মসমর্পণ

সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা মূল অভিযুক্তৰ আত্মসমর্পণ। নিশা হাতীগাঁও থানাত আত্মসমৰ্পণ আক্ৰমণকাৰী বিকি আহমেদৰ। বিকি আহমেদ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ভতিজাক। বিকিয়ে ইটাৰে আক্ৰমণ...

Popular