মুখ্য বাতৰি

অবৈধ সম্পৰ্ক আছিল কংকনৰ, মামীয়েকৰ সৈতে অসংযত অৱস্থাত দেখিছিল উত্তমে

২৯ বছৰীয়া কংকন দাস ওৰফে সুমনৰ নৃশংস হত্যাক লৈ চিলাপথাৰত সৃষ্টি হোৱা চাঞ্চল্য এতিয়াও শাম কটা নাই। হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা উত্তম সিনহাই আৰক্ষীৰ...

হাতত কেমেৰা লৈ পক্ষীৰ সন্ধানত কাজিৰঙাত মন্ত্ৰী ৰণোজ পেগু

৩ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী ৰিজাৰ্ভ ফৰেষ্টত বাৰ্ডিং চাফাৰী মন্ত্ৰী ৰণোজ পেগুৰ। পাণবাৰীত বাৰ্ডিং চাফাৰী মুকলি কৰাত কাজিৰঙা ৰাষ্ট্ৰীয়...

অসম আৰক্ষীৰ ৯ গৰাকী বিষয়ালৈ DGPৰ বিশেষ বঁটা

আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ বঁটা ঘোষণা। অসম আৰক্ষীৰ ৯ গৰাকী বিষয়ালৈ DGPৰ বঁটা। ২০২৪ বৰ্ষত অপৰাধৰ তদন্তৰ পাৰদৰ্শিতা দেখুওৱাৰ বাবে এই বঁটা। কাছাৰৰ অপৰাধ...

আৰক্ষীৰ জালৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ৩ অপৰাধীয়ে

গুৱাহাটী মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে জানুৱাৰীত আৰক্ষীয়ে লোৱা পদক্ষেপৰ খতিয়ান প্ৰকাশ কৰিলে। ৩১ ডিচেম্বৰত ৰাইজৰ সহযোগিতাৰ বাবে হ্ৰাস দুর্ঘটনাৰ সংখ্যা। সুৰাপায়ীৰ চালকৰ...

অন্ত পৰিল চতুৰ্থ কোকৰাঝাৰ সাহিত্য উৎসৱৰ, দেশ-বিদেশৰ প্ৰায় ৩ শতাধিক কবি-সাহিত্যিকৰ অংশগ্ৰহণ

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ গৌৰাং নদীৰ গাতে লাগি থকা বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগনত ১ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা চতুৰ্থ সংখ্যক কোকৰাঝাৰ সাহিত্য...

Popular