মুখ্য বাতৰি

অৰ্ডাৰ দিয়া সামগ্ৰীৰ পৰিৱৰ্তে বিস্কুট, চাবোন, শিল পাইছে নেকি, তেন্তে কি কৰিব?

অনলাইন শ্বপিং কৰোতে প্ৰৱঞ্চনাৰ বলি হৈছে নেকি? অৰ্ডাৰ দিয়া সামগ্ৰীৰ পৰিৱৰ্তে বিস্কুট, চাবোন, শিল পাইছে নেকি? অনলাইন সামগ্ৰীত প্ৰৱঞ্চনা ৰোধৰ বাবে কঠোৰ হৈছে চৰকাৰ।...

কেনে আছে সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ?

একেৰাহে ১২ দিন ধৰে ICUতে চিকিত্সাধীন হৈ আছে ভাৰত ৰত্ন লতা মংগেশকাৰ। কভিডৰ লগতে নিউমনিয়াত আক্ৰান্ত হোৱাৰ পিছতে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। ৯...

শিলচৰলৈ এদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি শিলচৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকালৈ যাব মুখ্যমন্ত্ৰীগৰাকী। পুৱা ১০ বজাত কুম্ভীৰগ্ৰাম বিমানবন্দৰত অবতৰণ কৰিব৷ বিমানবন্দৰৰ পৰা পোনে পোনে শিলচৰ...

মৰিগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী!

মৰিগাঁওৰ ভূৰাগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্বহিদুল ইছলাম নামৰ সৰবৰাহকাৰীটোক। আৰক্ষীৰ অভিযানৰ সময়ত পলায়নৰ চেষ্টা চলাইছিল। পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীচালনা।...

অসম জাতীয় বিদ্যালয় কণ্টেইনমেণ্ট জ’ন!

অসম জাতীয় বিদ্যালয় কণ্টেইনমেণ্ট জ’ন ঘোষণাআজিৰ পৰা ২৬ জানুৱাৰীলৈ কণ্টেইনমেণ্ট জ’নজিলা প্ৰশাসনে জাৰি কৰিলে এই নিৰ্দেশনাবিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষক-শিক্ষাৰ্থী আক্ৰান্ত ক’ভিডত

Popular