২০২৪ত ৪০০ মিলিয়ন লোকে যাত্ৰা কৰিব পাৰিব বিমানত!

প্ৰতিদিনে বিমানেৰে যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে ২০২৩-২৪ চনত ৪০০ মিলিয়ন যাত্ৰীক বিমানযাত্ৰাৰ সুবিধা দিয়াৰ লক্ষ্য বান্ধি লৈছে। যোৱা এসপ্তাহত ৩,৮২ হাজাৰ যাত্ৰীয়ে উৰাজাহাজেৰে যাত্ৰা কৰিছে। কভিডকালীন পৰিস্থিতিৰ বাবে দীৰ্ঘসময় বিমানৰ উৰণ বন্ধ ৰখা হৈছিল বা সাধাৰণ যাত্ৰীৰ বাবে খুলি দিয়া নাছিল। কিন্তু পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে বিমানযাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। দেশত মহিলা পাইলটৰ সংখ্যাও ১৫ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৪ চনলৈকে দেশত ৭৪টা বিমান বন্দৰ আছিল ভাৰতত। কেন্দ্ৰত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতে ৬৬টা নতুন বিমানবন্দৰ নিৰ্মাণ হৈছে। ২০২৫ত দেশত বিমান বন্দৰৰ সংখ্যা ২২০ কৰাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...