১ এপ্ৰিলৰ পৰা দাম বাঢ়িব পেৰাচিটামলসহ জীৱনদায়িনী ঔষধৰ

পেট্ৰল-ডিজেল, ৰন্ধন গেছ চিলিণ্ডাৰৰ পিছত সাধাৰণ লোকক মাধমাৰ শোধাই দাম বাঢ়িব জীৱদায়িনী ঔষধৰ। পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব বহু ঔষধৰ দাম। হ’লচেল প্ৰাইচ ইনডেক্সৰ পৰিৱৰ্তন হোৱাৰ লগে লগে অধিক দাম ভৰিব লাগিব ৰোগীয়ে। ১ এপ্ৰিলৰ পৰা উচ্চ ৰক্তচাপ, ৰক্তহীনতা, ছাল, জ্বৰ, সংক্ৰমণ, হৃদৰোগৰ ঔষধৰ দাম বৃদ্ধি পাব। যোৱা বিত্তীয় বৰ্ষৰ তুলনাত ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধি পাব। নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী অৱ ইণ্ডিয়াই পাইকাৰী দৰ সূচকৰ পৰিৱৰ্তন কৰা বুলি ঘোষণাৰ লগে লগে কমেও ৮০০ বিধ মেডিচিনৰ দাম বৃদ্ধি পাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...