মুখ্য বাতৰি

সোনম ৰঘুবংশী, ৰাজ কুশৱাহাক পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

সোনম ৰঘুবংশী, ৰাজ কুশৱাহাক পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ। পুনৰ দুদিনৰ আৰক্ষী জিম্মাত সোনম-ৰাজ। আনন্দ, বিশাল, আকাশক ন্যায়িক জিম্মালৈ প্ৰেৰণ। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ...

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰসকলক আগষ্ট মাহৰ ভিতৰত অনাদায় ধন মুকলি কৰি দিয়াৰ আশ্বাস মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ

আজি সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাৰ এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লবৰুৱাক। সাক্ষাৎকালত ঠিকাদাৰসকলৰ বিল...

ৰিয়েল ইষ্টেট ব্যৱসায়ীক হানিট্ৰেপিং কৰি দাবী কৰিছিল ২ কোটি টকা; ১০ মাহ ধৰি পলাই থকা কীৰ্তিক গ্ৰেপ্তাৰ

দহ মাহ ধৰি আৰক্ষীয়ে তেওঁক বিচাৰি ফুৰিছিল। অৱশেষত বুধবাৰে গ্ৰেপ্তাৰ হ’ল গুজৰাটৰ ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ কীৰ্তি পটেল। এজন ৰিয়েল ইষ্টেট ব্যৱসায়ীক যৌনতাৰ ফান্দত পেলাই...

সাধাৰণ লোকৰ বাবে এখন ৰেস্তোৰাঁ খুলিলে অৰিজিত সিঙে

অৰিজিত সিং, নামেই যাৰ পৰিচয়। তেওঁৰ চিনাকি দিবলৈ সুকীয়া বিশেষণৰ প্ৰয়োজন নাই। দেশে-বিদেশে অগণন অনুৰাগী আছে তেওঁৰ। কেতিয়াবা যদি অনুৰাগীক সংগীতেৰে মুহিছে, কেতিয়াবা মুহিছে...

ৰাজ্যত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা

মুকালমুৱাৰ নদিয়া-পেৰাধৰা চৰত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত ব্ৰহ্মপুত্ৰত সন্ধানহীন শিক্ষাৰ্থীসহ ৬ জন। সন্ধানহীন হোৱা ৫ জনেই আছিল শিক্ষাৰ্থী। এই দুৰ্ঘটনাত সন্ধানহীন আব্দুল গফুৰ...

Popular