সোনম ৰঘুবংশী, ৰাজ কুশৱাহাক পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

সোনম ৰঘুবংশী, ৰাজ কুশৱাহাক পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ। পুনৰ দুদিনৰ আৰক্ষী জিম্মাত সোনম-ৰাজ। আনন্দ, বিশাল, আকাশক ন্যায়িক জিম্মালৈ প্ৰেৰণ। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ তিনিওকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...

বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ,...

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত।...