মুখ্য বাতৰি

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেমত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য...

ৰাজ্যত উৰ্ধগামী ক’ভিডৰ গ্ৰাফ, মঙলবাৰে নতুনকৈ ২,৮৩৭জন আক্ৰান্ত

মঙলবাৰে ৰাজ্যত নতুনকৈ ২,৮৩৭জন ক’ভিড আক্ৰান্তকামৰূপ(মঃ) জিলাত চিনাক্ত হৈছে ৮৭০জন ক’ভিড আক্ৰান্তদিনটোত ক’ভিড পৰীক্ষা সম্পন্ন হৈছিল ৪৯,৮৪০টা২৪ ঘণ্টাত দুজন কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যুসংক্ৰমণৰ হাৰ...

আলফা নেতা জীৱন মৰাণৰ জামিন মঞ্জুৰ

আলফা নেতা জীৱন মৰাণৰ জামিন মঞ্জুৰসময়মতে দিব নোৱাৰিলে জীৱন মৰাণৰ বিৰুদ্ধে চাৰ্জশ্বীটNIA জামিন মঞ্জুৰ কৰিলে জীৱন মৰাণৰপুৱা কাৰাগাৰৰ পৰা মুকলি জীৱন মৰাণতিনিচুকীয়াৰ কাকপথাৰৰ বাসগৃহলৈ...

মহিলাৰ গাঞ্জা সৰবৰাহৰ কৌশল দেখিলে তবধ মানিব আপুনি

অবৈধ কাৰ্যকলাপৰ বাবে নিতৌ সৰবৰাহকাৰীয়ে ন ন কৌশল অৱলম্বন কৰি আহিছে। এইবাৰ তেনে এক ঘটনা পুনৰ পোহৰলৈ আহিছে। ৪গৰাকী মহিলা আৰু দুজন লোকে ৰে'লেৰে...

একেদিনাই ২৮গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড পজিটিভ, ৬ দিনৰ বাবে বিদ্যালয় বন্ধ

এইবাৰ নলবাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় নালান্দা পাব্লিক স্কুলত ক’ভিডৰ সন্ত্ৰাস। বিদ্যালয়খনৰ ২৮গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। বিদ্যালয়খনত স্বাস্থ্য বিভাগে ক’ভিড টেষ্ট কৰাৰ...

Popular