মুখ্য বাতৰি

আজি দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব যোগী আদিত্যনাথে

আজি উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব যোগী আদিত্যনাথে। বৃহস্পতিবাৰে বিজেপি বিধায়িনী দলৰ নেতা ৰূপে নিৰ্বাচিত হৈছে আদিত্যনাথ। উপ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব কেশৱ প্ৰসাদ...

কোনো বিষয়াই বিনা অনুমতিত জিলা এৰি যাব নোৱাৰিব, কঠোৰ নিৰ্দেশনা

কোনো বিষয়াই বিনা অনুমতিত জিলা এৰি যাব নোৱাৰিব। জাননী নিদিয়াকৈ বা অনুমতি নোলোৱাকৈ জিলা এৰি গ'লে ব্যৱস্থা ল'ব উপায়ুক্তই। মৰিগাঁও জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশনা।...

২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত হৈছে ১,৯৩৮ জন

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১,৯৩৮ জন লোক। বুধবাৰতকৈ কিছু পৰিমাণে বৃদ্ধি পাইছে বৃহস্পতিবাৰে দেশত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা। ৩১ মাৰ্চৰ...

বাবা থানৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নুমলীগড়ত এখন বাইকক মহতিয়াই নিলে অজ্ঞাত বলেৰ' বাহনে। নুমলীগড়ৰ বাবা থানৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা।...

ৰাজ্যত প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল অৱসৰপ্ৰাপ্ত SSB জোৱানৰ

প্ৰচণ্ড ধুমুহাত প্ৰাণ গ'ল ৭৩ বছৰীয়া বৃদ্ধাৰ। তামুলপুৰ জিলাৰ গোৰেশ্বৰত প্ৰচণ্ড ধুমুহাত প্ৰাণ গ'ল এগৰাকী ৭৩ বছৰীয়া বৃদ্ধাৰ। গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালাহাটী গাঁৱৰ...

Popular