মুখ্য বাতৰি

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ– অনুকূল পৰিৱেশ৷ বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ শুভ বর্ণ বগা বা হালধীয়া৷ আজি যাত্রা কৰোঁতে হাতত এখন বগা ৰুমাল...

কৰ, বকেয়া আদায়ৰ বাবে শনি, দেওবাৰেও খোলা থাকিব DTO অফিচ

শনি আৰু দেওবাৰেও খোলা থাকিব ৰাজ্যৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়। কৰ সংগ্ৰহ আৰু বকেয়া আদায়ৰ বাবে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় খোলা ৰখাৰ সিদ্ধান্ত বিভাগটোৰ।...

মামণিৰ ৰহস্যজনক মৃত্যু, হত্যা নে আত্মহত্যা?

চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত মৰাণৰ কচুমাৰি হজোৱাৰ দিৰৈ নৈত মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃত মহিলাগৰাকী মৰাণ ককৰামৰাৰ মামণি গড়। পুৱা নৈৰ কাষেৰে অহা-যোৱা কৰা...

SSB আৰু বন বিভাগৰ অভিযান, জব্দ চেগুন কাঠৰ কুণ্ডা

তামুলপুৰ জিলাৰ কুমাৰীকাটা ৰেঞ্জৰ অন্তৰ্গত হাতীডুবাত SSB আৰু বন বিভাগৰ অভিযান ৷ অভিযানত চেগুন কাঠৰ কুণ্ডাসহ এখন মহেন্দ্ৰ পিক আপ ভেন জব্দ কৰিবলৈ সক্ষম...

এফালে শিক্ষয়িত্ৰী আনফালে ছাত্ৰ, জাগীৰোডত নিজকে শেষ কৰি পেলালে ছাত্ৰই

জাগীৰোডৰ কনাবৰীত শোকাৱহ ঘটনা। পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত জীৱনৰ চৰম সিদ্ধান্ত ললে ছাত্ৰই। চিপ লোৱা অৱস্থাত শোৱনি কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ। মৃত যুৱকজন নান্টু...

Popular