বিশ্বৰ ধনী অভিনেতা তালিকাৰ ৪ৰ্থ স্থানত শ্বাহৰুখ খান

বিশ্বৰ চতুৰ্থ বিত্তশালী অভিনেতা হিচাপে পৰিগণিত হ’ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান। হলিউডৰ আগশাৰীৰ অভিনেতা টম ক্ৰুজক চেৰ পেলাই চতুৰ্থ স্থানলৈ উন্নীত হ’ল শ্বাহৰুখ। শ্বাহৰুখৰ মুঠ সম্পত্তিৰ পৰিমাণ ৭৭০ মিলিয়ন ডলাৰ। ভাৰতীয় টকাৰ হিচাপত ৬ হেজাৰ ২৮৫ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী বলীউডৰ বাদশ্বাহ। লক্ষ্যণীয় যে কেৱল টম ক্ৰুজেই নহয় জৰ্জ ক্লুনিয়ো আছে শ্বাহৰুখৰ পিছত। বিশ্বৰ ১০ সবাতোকৈ বিত্তশালী অভিনেতাৰ তালিকাৰ শীৰ্ষত আছে জৰ্জ চেইনফেল্ড। ৮ হেজাৰ ১৬৩ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী জৰ্জ।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেচাৰ হিচাপে মনোনীত ময়ূৰ বৰা

মননশীল লেখক, সুবক্তা ময়ূৰ বৰাক গুৱাহাটী বিশ্ববিদ্যালয়ে ভিজিটিং প্ৰফেচাৰ...

গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। লখৰাৰ নামঘৰ পথত...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ অনুশীলন শিবিৰ আৰম্ভ

এটা দল, দুখন ঘৰ৷ জন্ম ৰাজস্থানত, উদযাপন অসমত৷’ শ্ল’গানৰে...

২৪ ঘন্টাত ৰাজ্যত প্ৰাণঘাটি দুৰ্ঘটনাত ৩জনৰ অকাল মৃত্যু

মৃত্যুৰ উপত্যকালৈ পৰিণত ৰাজ্যৰ ৰাজপথ। ক’ৰবাত পথৰ দুৰৱস্থা, ক’ৰবাত...