মুখ্য বাতৰি

ৰাজস্থানত অসমৰ যুৱতীক দলৱদ্ধ ধৰ্ষণ!

ৰাজস্থানত অসমৰ যুৱতীক দলৱদ্ধ ধৰ্ষণ৪ যুৱকৰ ২৫ বছৰীয়া যুৱতীক বলাৎকাৰৰাজস্থানৰ চুৰু চহৰত নাৰকীয় ঘটনাচাকৰিৰ সাক্ষাৎকাৰৰ বাবে মাতি নিছিল যুৱতীগৰাকীকসুৰাপান কৰি ৪ যুৱকে সংঘটিত কৰিছিল...

‘টাটা পাঞ্চৰ’ কাজিৰঙা এডিচন মুকলি, আই পি এল ২০২২ত কৰা হ’ব নিলাম

অসমবাসীৰ বাবে এক গৌৰৱৰ কাৰণ অটোমোবাইল উদ্যোগৰ চিনাকি নাম টাটা মটৰ্ছে নতুন মডেল টাটা পাঞ্চ কাজিৰঙা সংস্কৰণৰ এখন ছবি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে আৰু...

ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী। NSUIৰ ৰাষ্ট্ৰীয় সম্পাদকে মহাৰাষ্ট্ৰত তৰিছে গোচৰ। ৰাষ্ট্ৰীয় সম্পাদক ৰোচন লাল বিট্টুৱে...

নিউয়ৰ্কত সৌৰভ বিলালে অসমৰ পাট-মুগাই…

নিউয়ৰ্ক চহৰত আন্তঃৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠিল অসমৰ অসমৰ চহকী ছাঁতে শুকোৱা, মুঠিতে লুকুৱা পাট-মুগাৰ হাতে বোৱা মেখেলা-চাদৰ৷ পাট-মুগাৰ তাঁতশালত হাতে বোৱা অনুপম চানেকিৰে ৰাষ্ট্ৰীয়...

কেনে যাব আজি আপোনাৰ দিনটো? NK ৰাশিফল

মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেমত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য...

Popular