গুৱাহাটীৰ ৰাজপথত চলিছে পৰিবহন বিভাগৰ অভিযান

গুৱাহাটীৰ ৰাজপথত পৰিবহন বিভাগৰ অভিযান। ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বিপৰীতে এই অভিযান চলিছে। পৰিবহন বিষয়া হিমাংশু দাসৰ নেতৃত্বত এই অভিযান ৰাজপথত। ৰাজপথত থকা বাছ আস্থানসমূহত চলিল এই অভিযান। নীতি-নিয়ম বহিৰ্ভূতভাবে যিসকল বাছে যিকোনো স্থানত বাছ ৰখায়। যাৰ ফলত এই বাছসমূহ ৰখাই সেইসমূহ বাছক নাকী লগোৱাৰ উদ্দেশ্যে এই অভিযান। বাছ আস্থানসমূহতে যাতে যাত্ৰীসকলৰ বাবে বাছসমূহ ৰখাই তাৰ বাবে বাছৰ কৰ্মচাৰী সকললৈ আহ্বান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...