পৰিনীতিৰ বিয়ালৈ যোৱাৰ পূৰ্বে পঢ়ক এই প্ৰতিবেদন

মোহময়ী অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ ২৪ ছেপ্তেম্বৰ তাৰিখে বিবাহ হ’ব। এই বিয়াখনক লৈ দুয়োৰে অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু শেহতীয়াকৈ তাৰ মাজতে এক খবৰ পোহৰলৈ আহিছে। সেই খবৰ অনুসৰি পৰিনীতিৰ বিয়ালৈ যোৱা অতিথিসকলে মানিব লাগিব কেইটামান নিয়ম।

পৰিনীতিৰ বিয়ালৈ গ’লে মানিব লাগিব এই সমূহ নিয়ম

১. এক প্ৰতিবেদন অনুসৰি জানিব পৰা গৈছে যে পৰিনীতিৰ বিয়াত কোনেও ফটো উঠাব নোৱাৰিব। যাৰ বাবে বিবাহ অনুষ্ঠানলৈ অহা সকলো অতিথিৰ পকেটত গেটতেই নীলা টেপ লগাই দিয়া হ’ব। যদি কোনোৱে বিবাহৰ ফটো তুলি ভাইৰেল কৰে তেন্তে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

২. ৰাঘৱ আৰু পৰিনীতিৰ বিয়াত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিবাহ অনুষ্ঠানলৈ ভাগ ল’বলৈ অহা অতিথি সকলক প্ৰথমতে ভালদৰে পৰীক্ষা কৰা হ’ব আৰু তাৰ পাছতহে ভিতৰলৈ যাবলৈ দিয়া হ’ব।

৩. এক প্ৰতিবেদন অনুসৰি ৰাঘৱ-পৰিনীতচিৰ বিবাহ অনুষ্ঠানত থাকিব ১০০গৰাকী চিকিউৰিটি গাৰ্ড।

NKTV Digital
Author: NKTV Digital

5781 COMMENTS

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...