পৃথিৱীৰ সকলোতকৈ ওখ ৰে’লৱে দলংখন

পৃথিৱীৰ সকলোতকৈ ওখ ৰে’লৱে দলংখনৰ বিষয়ে জানেনে? আপুনি জানি আনন্দিত হ’ব যে এই দলংখন নিৰ্মাণ কৰা হৈছে ভাৰততে।

এই দলংখন পেৰিচত অৱস্থিত আইফেল টাৱাৰতকৈও ওখ। কিন্তু ভাৰতৰ কোন ঠাইত নিৰ্মাণ কৰা হৈছে এই দলংখন। জানিবলৈ পঢ়ক এই প্ৰতিবেদন।

পৃথিৱীৰ সকলোতকৈ ওখ ৰে’লৱে দলংখনৰ কাম প্ৰায় শেষ হৈছে। এই দলংখন জম্মু-কাশ্মীৰৰ ছিনাৱ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। অতি সোনকালে এই দলংখনৰ ওপৰেৰে ৰে’ল চলাচল হ’ব বুলি জানিব পৰা গৈছে। যাৰ পাছত এই দলংখনে প্ৰতিটো মুহূৰ্ততে কাশ্মীৰক দেশৰ অন্য প্ৰান্তৰ সৈতে সংযোগ কৰিব। নদী পৃষ্ঠৰ পৰা দলংখনৰ উচ্চতা হৈছে ৩৫৯ মিটাৰ। শেহতীয়াকৈ এই দলংখনৰ কিছু স্থিৰ চিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত দলংখনৰ তলত ডাৱৰ দেখা পোৱা গৈছে

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...