নিৰ্বাচনোত্তৰ আঁচনিৰ নামত হিতাধিকাৰীৰ পঞ্জীয়ন বন্ধ কৰাৰ নিৰ্দেশ

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনা

নিৰ্বাচনোত্তৰ আঁচনিৰ নামত হিতাধিকাৰীৰ পঞ্জীয়ন বন্ধ কৰাৰ নিৰ্দেশ

সমীক্ষাৰ নামত হিতাধিকাৰী আঁচনিৰ কাম বন্ধ ৰখাৰ নিৰ্দেশ

বিভিন্ন ৰাজনৈতিক দললৈ নিৰ্বাচন আয়োগে দিলে এই নিৰ্দেশনা

অসমকে ধৰি কেইবাখনো ৰাজ্য সমীক্ষাৰ নামত চলি আছে পঞ্জীকৰণ

অসমতো মিত্ৰজোঁটৰ দলসমূহে ভোটাৰ ৰাইজৰ মাজত বিতৰণ কৰিছিল প্ৰ-পত্ৰ

বিশেষকৈ বিজেপি দলৰ কৰ্মীয়ে ৰাইজৰ মাজত বিতৰণ কৰিছিল প্ৰ-পত্ৰ

অৰুণোদয়ৰ নামত প্ৰ-পত্ৰ বিতৰণক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ

বিৰোধী দলসমূহে এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল নিৰ্বাচন আয়োগক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...